Local, Vocal, Global

Sumi Borah Bishal Phukan case: চুমি বৰা, বিশালৰ জামিন আবেদন নাকচ

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : চুমি বৰা, বিশালৰ জামিন আবেদন নাকচ ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন(Sumi Borah Bishal Phukan case)৷

ডিব্ৰুগড় বৰবৰুৱা থানাৰ ৮৫/২৪ নম্বৰৰ গোচৰত জামিন আবেদন কৰিছিল চুমি, বিশালে।

পূৰ্বে ডিব্ৰুগড় থানাত গোচৰত জামিন আবেদন নাকচ হৈছিল চুমি বৰাৰ।

বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰা।

লগতে পঢ়ক :Guwahati murder case:পোহৰলৈ আহিছে গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য