Local, Vocal, Global

WATCH | Suman Haripriya : ভূপেন বৰাক চিনি নাপাই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই

হাজো,২৪এপ্ৰিল : বঙালী গীত গাই নিৰ্বাচনী প্ৰচাৰত নামিল হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া।

বিধায়িকাৰ গীতে মোহিলে সংখ্যা লঘু অঞ্চলৰ লোক সকলক।

ভূপেন বৰাক চিনি নাপাই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

নেতা নোহোৱা দলৰ কথা নাজানে বিধায়িকা গৰাকীয়ে(Suman Haripriya)।

কংগ্ৰেছক দেউলীয়া ছবিৰ লগতে তলা বন্ধ ছবি ল’বলৈ আহ্বান বিধায়িকা গৰাকীৰ।

হাজোৰ ৭৩ নং গাওঁ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এনেদৰে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

লগতে পঢ়ক : WATCH| Pahalgam Terror Attack : ডুমডুমাত সাত মছজিদ কমিটিয়ে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি