WATCH | Sukur Ali : শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে শুকুৰ আলী!
নিউজ ডেস্ক,৫মে’ : শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে শুকুৰ আলী!
জিলাই জিলাই শুকুৰ আলী বিৰুদ্ধে ৰুজু গোচৰ।
শিৱসাগৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দাখিল এজাহাৰ ।
ৰূপহীহাট, চামগুৰিতো নিষিদ্ধ শুকুৰ আলী(Sukur Ali)।
লাচিত বৰফুকন, আহোম আৰু কামাখ্যা মন্দিৰক অপমান কৰিছিল শুকুৰ আলীয়ে।
উজনি অসমৰ সকলো জিলাতে প্ৰৱেশ নিষেধ শুকুৰ আলীৰ।
বিজেপিৰ কেম্পেইনাৰ হিচাপে ঘুৰি ফুৰা সময়তে কৰিছিল অপমানসূচক মন্তব্য।
শুকুৰক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ প্ৰতিবাদৰো হুংকাৰ।
লগতে পঢ়ক : WATCH | Panchayat Election : ৭ মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন