WATCH | Sukur Ali: বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত শুকুৰ আলী

বৰপেটা,২৮এপ্ৰিল : বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত শুকুৰ আলী।
বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত বহৰি জিলা পৰিষদৰ অধীনৰ বৰ আগদিয়াত সোমবাৰে বিয়লি বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভা এখন অনুষ্ঠিত হৈ যায়। বহৰি জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী চিৰঞ্জীৱ মণ্ডলৰ সমৰ্থনত অনুষ্ঠিত হয় নিৰ্বাচনী সভাখনত। চিৰঞ্জীৱ মণ্ডলৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ সভাখনত উপস্থিত হয় ধুবুৰীৰ শুকুৰ আলী( Sukur Ali)।
শুকুৰ আলীয়ে বিজেপি দলৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায়। লগতে বিৰোধী দলক কঠোৰ সমালোচনা কৰে শুকুৰ আলীয়ে।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজি বিধানসভা সমষ্টিৰ বৰদলনি জিলা পৰিষদৰ নিৰ্বাচনক লৈ ৰাইজে কি কয়?