Local, Vocal, Global

গোৱালপাৰাৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ এজন অস্থায়ী কৰ্মচাৰীৰ আত্মহত্যা

নিউজ ডেস্ক, ১৩ জুন : গোৱালপাৰাৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ লোহিত দাস নামৰ এজন অস্থায়ী কৰ্মচাৰীৰ আত্মহত্যাৰ পিছতে তোলপাৰ লগাইছে গোৱালপাৰাত ।

লোহিত দাস নামৰ কৰ্মচাৰীজনৰ চুইচাইড নোট অনুসৰি কাৰ্যালয়ত নিৰ্যাতনৰ অভিযোগৰ বাবে আত্মহত্যা কৰিছিল ।

বাতৰি অনুসৰি, লোহিত দাস নামৰ ব্যক্তিজনে ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা কৰিছিল।