WATCH | Sudhanshu Trivedi : ২৪ ঘন্টাৰ ভিতৰত বিজেপিৰ সাংসদক ক্ষমা খুজাৰ দাবী
নিউজ ডেস্ক,২২ মাৰ্চ : ২৪ ঘন্টাৰ ভিতৰত বিজেপিৰ সাংসদক ক্ষমা খুজাৰ দাবী
গৰজি উঠিল জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতি
অসমক লৈ বিজেপি সাংসদৰ বিস্ফোৰক মন্তব্য
অসমৰ ধুবুৰীক’ মিনি বাংলাদেশ ‘আখ্যা বিজেপি সাংসদৰ(Sudhanshu Trivedi)
ইয়াৰ পাছতে ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ
গৰজি উঠিল জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতি
২৪ ঘন্টাৰ ভিতৰত সাংসদ গৰাকী অসমবাসী আৰু ধুবুৰী বাসীৰ ওচৰত ক্ষমা নুখুজিলে
গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে দুই সংগঠনৰ
অসমক লৈ বিজেপি সাংসদৰ বিস্ফোৰক মন্তব্য
সংসদতে ধুবুৰীক মিনি বাংলাদেশ আখ্যা সাংসদ সুধাংশু ত্রিবেদীৰ
ভুৱা ভোটাৰ আৰু এন আৰ চি সন্দৰ্ভত এই মন্তব্য সাংসদজনৰ
বিৰোধীয়ে কিয় এন আৰ চিত সন্মতি নিদিয়ে বুলি প্রশ্ন
বিগত লোকসভা নির্বাচনত ৰকিবুল হুছেইনৰ বৃহৎ জয়ৰ প্ৰসংগও উল্লেখ
বিজেপি সাংসদজনৰ এই মন্তব্যক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্ৰিয়াৰ
ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গৰজি উঠিল জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতি।
বিলাসীপাৰা জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতি তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ৰাজপথ অবোৰত কৰে।
২৪ ঘন্টাৰ ভিতৰত সাংসদ গৰাকী অসমবাসী আৰু ধুবুৰী বাসীৰ ওচৰত ক্ষমা নুখুজিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে দুই সংগঠনৰ।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: অসমীয়া মানুহৰ মানসিকতা সলনি কৰিবৰ হ’লঃমুখ্যমন্ত্ৰী