Local, Vocal, Global

Subhas Chandra Bose Jayanti 2025: সোণাৰিত নেতাজীৰ জন্মজয়ন্তী পালন

সোণাৰি,২৩জানুৱাৰী : সোণাৰিত নেতাজীৰ জন্মজয়ন্তী পালন।

দেশৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিতো স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মদিনটো নেতাজী জয়ন্তী হিচাপে পালন কৰা হৈছে(Subhas Chandra Bose Jayanti 2025)।

সোণাৰি নেতাজী সংঘৰ উদ্যোগত আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা পুৱা এক সাংস্কৃতিক সোভা যাত্ৰা উলিওৱা হয়। ইয়াৰ পিছত সোণাৰি কৰ্ট তিনিআলিত অৱস্থিত নেতাজীৰ প্ৰতিমূৰ্তিস্থলীত আয়োজয় মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কার্যসূচীৰ শুভাৰম্ভ কৰে সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে।

লগতে পঢ়ক :Sensational incident: হাইলাকান্দিত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ