Local, Vocal, Global

Watch | Students protest : চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

চাপৰ,১০মাৰ্চ : চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ।

অধ্যাপক ভৃগু কলিতাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদ(Students protest)।

দীৰ্ঘদিন ধৰি অধ্যাপক ভৃগু কলিতা ছাত্ৰী নিৱাসৰ নিষিদ্ধ ঠাইত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ।

ইয়াৰ উপৰি দুদিন পূৰ্বে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষক ভাবুকি প্ৰদান কৰাৰ অভিযোগ ছাত্ৰ একতা সভাৰ।

ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলে শ্লোগানেৰে কলেজ গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অধ্যাপক গৰাকীক নিলম্বনৰ দাবী জনায়।

লগতে পঢ়ক : Watch | Dibrugarh News : ডাইনী সন্দেহত বুঢ়ীদিহিং নদীত উটুৱাই দিলে মহিলাক