Local, Vocal, Global

Watch | Students of Jorhat Pragya Academy ranked first and third in the state: ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু তৃতীয় স্থানত যোৰহাট প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ-ছাত্ৰী

যোৰহাট: ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যোৰহাটৰ আমিষী শইকীয়াই ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ। তাৰ বিপৰীতে ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত সুখ্যাতিৰে সফলতা লাভ কৰে অনিৰ্বান বৰগোঁহাইয়ে। দুইগৰাকী যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰী।আমিষী আৰু অনিৰ্বানৰ এই সফলতাত উৎফুল্লিত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ লগতে যোৰহাটবাসী। উল্লেখ্য যে প্ৰথম ৰেংকত আমিষীয়ে ৯৮,৫০ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে তৃতীয় ৰেংকত অনিৰ্বানে ৯৮,১৭ শতাংশ লাভ কৰে।