চিগাৰেট বিচৰাত নিদিয়া বাবেই অৰুণাচলত চোকা অস্ত্ৰৰে হত্যা ছাত্ৰক

নিউজ ডেস্ক: অসম-অৰুণাচল সীমান্তৰ চিটপানীত সংঘটিত হৈছে এক নৃশংস তথা অমানৱীয় ঘটনা।
এটা চিগাৰেট বিচৰাত নিদিয়া বাবেই অৰুণাচলত চোকা অস্ত্ৰৰে হত্যা কৰে ছাত্ৰজনক।
নিহত ছাত্ৰজনক বৰডুমচাৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া বুলি চিনাক্ত কৰা হৈছে।
ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আছিল ৰক্তিম নিমলীয়া।
সম্প্ৰতি, ছাত্ৰজনৰ হত্যাকাৰীক বিচাৰি স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।