Local, Vocal, Global

WATCH | Storm lash several places in Silapathar: চিলাপথাৰৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টি,ধুমুহা-বৰষুণৰ তাণ্ডৱলীলা

ধেমাজি,২৫ফেব্ৰুৱাৰী : নিশা চিলাপথাৰৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টি,ধুমুহা-বৰষুণৰ তাণ্ডৱলীলা।

শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি সাধাৰণ ৰাইজৰ(Storm lash several places in Silapathar)।

চিলাপথাৰৰ নিলখ, বেটনিপাম শ্ৰীপানি,কামচি,চিচিবৰগাঁও বিস্তৃৰ্ণ অঞ্চলত শিলাবৃষ্টি আৰু ধুমুহায়ে কেবাটাও ঘৰৰ লগতে খেতি পথাৰৰ বিনষ্ট কৰি তোলে।

লগতে পঢ়ক :WATCH | Tragic accident in Chenga: নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎৰ খুটাত খুন্দা চাৰিচকীয়া বাহনৰ