Local, Vocal, Global

STF raid in Bilasipara: বিলাসীপাৰাত জেহাদী সন্দেহ আটক এজনক

বিলাসীপাৰা,১৯জানুৱাৰী : বিলাসীপাৰাত পুনৰ STF ৰ অভিযান।

অভিযানত জেহাদী সন্দেহ আটক এজনক।

আটকাধীন লোক জন খুদিগাও দ্বিতীয় খণ্ড গাঁৱৰ জাহেৰ আলী বুলি জানিব পৰা গৈছে(STF raid in Bilasipara)।

জাহেৰ আলীক পুৱতি নিশা অধিক তথ্যৰ বাবে গুৱাহাটী STF কাৰ্যালয় লৈ যায়।

জানিব পৰা মতে, জাহেৰ আলী এজন অটো চালক আছিল।

পূৰ্বেও বিলাসীপাৰা আৰু কোকৰাঝাৰ পৰা জইছ -ই- মহম্মদৰে জঢ়িত সন্দেহত কেইবাজনো জেহাদীক আটক কৰিছিল STF য়ে।

লগতে পঢ়ক :Umrangso Coal Mine Incident: উমৰাংছ’ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান