Local, Vocal, Global

Statues of Hindu gods and goddesses:চতিয়াৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি

চতিয়া,৯ডিচেম্বৰ :চতিয়াৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি।চতিয়াৰ পদুম মগৰ নামৰ শিল্পী গৰাকীয়ে ৰাসৰ লগতে বিভিন্ন মঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলৰটোৰ ৰাইজৰ(Statues of Hindu gods and goddesses)৷

ৰাস মহোৎসৱ উপলক্ষ্যে এতিয়া চতিয়াৰ শিল্পী সকলৰো ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে।দিন-ৰাতি একাকাৰ কৰি চতিয়াৰ পদুম মগৰ নামৰ শিল্পী গৰাকীয়ে ৰাসত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তি তৈয়াৰ কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।যুৱ শিল্পী গৰাকীয়ে তৈয়াৰ কৰা ৰাস লগতে মুঠ মন্দিৰত ব্যৱহাৰ হোৱা প্ৰতি মূৰ্তি বোৰ বিশ্বনাথ,তেজপুৰ,গহপুৰ আদি স্থানলৈও নিয়া হৈছে।

লগতে পঢ়ক:Theft in Jamugurihat:জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড