State government employees salaries in advance : চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ; ২৮ অক্টোবৰৰ পৰা চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব দৰমহা

নিউজ ডেস্ক,২৬অক্টোবৰ : চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
অসম চৰকাৰৰ কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কৰিলে ডাঙৰ ঘোষণা।
দীপাৱলী উপলক্ষে এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আগতীয়াকৈ লাভ কৰিব দৰমহা(State government employees salaries in advance)।
২৮ অক্টোবৰৰ পৰা চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব দৰমহা।
সকলোৱে যাতে সুন্দৰভাৱে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ।