Local, Vocal, Global

SST seized 30 lakh cash : চিলাপথাৰত জব্দ নগদ ৩০লাখ টকা

নিউজ ডেস্ক,৩১মাৰ্চ : চিলাপথাৰত SSTৰ অভিযানত । অভিযানত জব্দ বুজন পৰিমাণৰ নগদ ধন।

জানিব পৰা মতে, এজন অৰুণাচলী লোকৰ পৰা জব্দ কৰে নগদ ৩০লাখ টকা। শনিবাৰে নিশা জব্দ হয় ধনখিনি। SSTৰ তালাচীৰ সময়তে জব্দ ধনখিনি।এখন ডাষ্টাৰ বাহনেৰে নামচাইলৈ নি আছিল ধনখিনি। ঘটনা সন্দৰ্ভত লোকজনক সোধা-পোছা অব্যাহত(SST seized 30 lakh cash)।

লগতে পঢ়ক : BJP releases campaigners list for LS polls : ত্ৰিপুৰাত প্ৰচাৰ চলাব সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই