Assam Govt announces 3 pc DA hike for state government employees : অসম চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটত

নিউজ ডেস্ক,২৭অক্টোবৰ : চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ
অসম চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটত।
ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশকৈ DA বৃদ্ধিৰ সিদ্ধান্ত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ।
এতিয়াৰে পৰা ৫৩ শতাংশ DA লাভ কৰিব ৰাজ্যিক কৰ্মচৰীয়ে(Assam Govt announces 3 pc DA hike for state government employees)।
ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে।
জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব এই DA বৃদ্ধি।
৪ মাহৰ বকেয়া ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে ২৫ শতাংশকৈ লাভ কৰিব অসম চৰকাৰ কৰ্মচাৰীয়ে।
লগতে পঢ়ক :Tragic road incident : ADRৰ পৰীক্ষা দিবলৈ গৈ মৃত্যু ছাত্ৰৰ