Local, Vocal, Global

WATCH | Srinkhal Chaliha : এইবাৰ আমি ৰাস্তাত প্ৰতিবাদ কৰিছিলো কিন্তু সমস্যাৰ স্থায়ী সমাধান নহ’লে কাৰ্যালয়ত প্ৰতিবাদ কৰিম

নিউজ ডেস্ক,২৪জুন : ‘এইবাৰ আমি ৰাস্তাত প্ৰতিবাদ কৰিছিলো কিন্তু সমস্যাৰ স্থায়ী সমাধান নহ’লে পিছলৈ কাৰ্যালয়ৰ ভিতৰত প্ৰতিবাদ কৰা হ’ব’।

এচ কে পেট্ৰ’ৰ বিৰুদ্ধে সাময়িকভাৱে প্ৰতিবাদস্থলী ত্যাগ কৰিলে বীৰ লাচিত সেনাই(Srinkhal Chaliha)।

বীৰ লাচিত সেনাৰ ৬ টা দাবী দাবী পূৰণ নহ’লে পুনৰ প্ৰতিবাদ কৰা হ’ব বুলি হুংকাৰ শৃংখল চলিহাৰ।

লগতে পঢ়ক : WATCH | Sivsagar News : শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড