SOP For New Year Celebration : পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ SOP

নিউজ ডেস্ক,৪ডিচেম্বৰ : পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ SOP। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই পৰিব বিপদত। কি কি নিয়ম বান্ধি দিলে প্ৰশাসনে?
বিয়লি ৪.৩০ বজাৰ পিছত সামৰিব লাগিব বনভোজৰ স্থানত
বনভোজত সুৰাপান কৰি বাইক চলাই আহিব নোৱাৰিব(SOP For New Year Celebration)
বনভোজকাৰী দলৰ চালকে সুৰাপান কৰিব নোৱাৰিব
ৰাজপথত বাইক ষ্টাণ্ট কৰিব নোৱাৰিব
উচ্চস্তৰত সংগীত DJ বজাব নোৱাৰিব
বনভোজথলীত ফটকা ফুটোৱাত নিষেধাজ্ঞ
সকলোকে নিয়ম মানি চলাৰ আহ্বান বজালী জিলা প্ৰশাসনৰ
লগতে পঢ়ক :Gelakey News:ইটা ভাটাৰ শ্ৰমিকৰ মাজত হোৱা প্ৰচণ্ড মাৰপিত; মহিলাৰ কৰুণ মৃত্যু