Local, Vocal, Global

Watch | Sootea News: চতিয়াত নিশা অবৈধ্য সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চতিয়া: চতিয়াত নিশা অবৈধ্য সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ লক্ষাধিক টকা মূল্যৰ অবৈধ্য সুৰা সহ আটক এজন ৷ চতিয়া আৰক্ষী থানাৰ O C ত্ৰিলোচন দাসৰ নেতৃত্বত নিশা চতিয়াৰ ৩নং বালাবাৰীত চলিছিল এই অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ সুৰাসহ আটক কৰিছে বিস্তি বসুমতাৰী নামৰ অবৈধ্য সুৰা বেপাৰীটোক ৷ অসমত চাপ্লাই দিবলৈয়ে লোকজনৰ ঘৰত মজুত কৰি ৰাখিছিল অবৈধ্য সুৰা খিনি ৷