Local, Vocal, Global

WATCH | Sonari News: সোণাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ দাখিল

সোণাৰি,২২ফেব্ৰুৱাৰী : সোণাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ দাখিল(Sonari News)।

সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ভাৰতীয় সংবিধান বিৰোধী কাম কৰাৰ অভিযোগ উত্থাপিত কৰি সংঘক নিষিদ্ধ কৰাৰ দাবী টাইপাৰ।

লগতে পঢ়ক:WATCH |Jorhat News: যোৰহাট সদৰ থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে