WATCH | Sonari News : বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত
সোণাৰি,১২জুন : বিজেপিৰ অসম প্ৰদেশৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ,সাংসদ দিলীপ শইকীয়া চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত ।
মৈদামক্ষেত্ৰৰ উপাসনাস্থলত স্বৰ্গদেউ সকলক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে মৈদামক্ষেত্ৰৰ চৌহদৰ বাহিৰত নিশা পৰ্যটক তথা ৰাইজৰ সুবিধাৰ্থে এটা উচ্চ মানৰ হাই মাষ্ট লাইট স্থাপনৰ বাবে আধাৰশিলা কৰে(Sonari News)।
সভাপতি গৰাকীৰ লগত উপস্থিত থাকে সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,তপন গগৈ,নৱনীতা সন্দিকৈ,অনুপ সিং ৰাজপুৰুহীত,সুৰুজ দিহিঙীয়া ।
লগতে পঢ়ক :WATCH | Road Accident : পুৱতি নিশা দুখন বাছৰ মাজত সংঘৰ্ষ; আহত ৩৫ গৰাকীকৈ লোক