Local, Vocal, Global

Sonari News: শ্ৰীমন্ত শংকৰ সংঘৰ বিৰুদ্ধে সোণাৰিত টাইপাৰ প্ৰতিবাদ

সোণাৰি,১৭ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰ সংঘৰ বিৰুদ্ধে সোণাৰিত টাইপাৰ প্ৰতিবাদ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে আজি টাইপাই সোণাৰিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে(Sonari News)।

টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদীপ্ত গগৈৰ নেতৃত্বত আজি সোণাৰিৰ শিৱ মন্দিৰ তিনিআলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰাৰ লগতে সংঘৰ বিৰুদ্ধে নানা শ্লোগান দি অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে টাই আহোম যুৱ পৰিষদৰ অসমৰ সদস্য সকলে।

লগতে পঢ়ক:Tragic incident : জল জীৱন আঁচনিত জলমিত্ৰ হিচাপে নিয়োজিত যুৱকৰ চৰমপন্থা