WATCH | Sonari News : চৰাইদেউত বিজেপিত খহনীয়তা

সোণাৰি,৪জুন : চৰাইদেউত বিজেপিত খহনীয়তা। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰৰ অসম জাতীয় পৰিষদত যোগদান ।
দিলীপ কোঁৱৰ টাই আহোম উন্নয়ন পৰিষদৰ প্ৰাক্তন সদস্য(Sonari News)।
চৰাইদেউ জিলা বিজেপিৰ লাকুৱা-চফ্ৰাই মণ্ডলৰ কিষাণ মৰ্চাৰ উপ-সভাপতি তপন চাংমাই আৰু চফ্ৰাই-লাকুৱা মণ্ডলৰ যুৱ মৰ্চাৰ মেডিয়া চেলৰ সদস্য বাবলু শইকীয়াইয়ো যোগদান কৰিলে অজাপত।
লগতে পঢ়ক : WATCH | Poor conditions of roads:চৰাইদেউৰ ঐতিহাসিক ধোদৰআলি পথৰ দুৰৱস্থা