Local, Vocal, Global

WATCH | Sonari News : কাকতিবাৰী আৰক্ষী থানাৰ পৰাই পলাল অভিযুক্ত

সোণাৰি,২জুন : কাকতিবাৰী আৰক্ষী থানাৰ পৰাই পলাল অভিযুক্ত। অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত ৫ জন অভিযুক্তৰ ২ জন পলাতক।

উল্লেখযোগ্য যে, অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগত সোণাৰি আৰক্ষীয়ে শনিবাৰে পুৱতি নিশা ১১ টাকৈ গৰুসহ ৫-জন সৰবৰাহকাৰীক আটক কৰি কাকতিবাৰী আৰক্ষী থানাত ৰাখিছিল। আৰক্ষীৰ নিৰাপত্তাৰ মাজৰ পৰাই পলায়ন কৰে দুজনকৈ অভিযুক্ত আব্দুৰ ৰহিম আৰু আমিৰ হুছেইন । দুয়োজন পলাতক অভিযুক্তক বিচাৰি অভিযান আৰক্ষীৰ(Sonari News)।

লগতে পঢ়ক : WATCH | Dalgaon News : দলগাঁৱৰ এই দৃশ্যটোৱে আপোনাকো আৱেগিক কৰি তুলিব