Local, Vocal, Global

WATCH | Sonari News : নদীবান্ধক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমা

সোণাৰি,৩১মে’ : নদীবান্ধক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই।

মাত্ৰ ৪০৫ মেগাৱাট ক্ষমতা সম্পন্ন ৰঙানদী নদীবান্ধৰ পানী খুলি দিয়াৰ পিছত যি হাহাকাৰ হৈছে তাৰ তুলনাত পাঁচগুণ অধিক ক্ষমতাৰ নামনি সোৱণশিৰি নদী বান্ধৰ প্ৰভাৱ কেনেকুৱা বিভীষিকা হ’ব সেয়া কল্পনাৰো অতীত। গতিকে আমি পুনৰ কৈছো মানুহৰ জীৱন কাঢ়ি লব পৰা, জীৱকূল, জৈৱ বৈচিত্ৰ নিশেষঃ কৰিব পৰা সকলো বৃহৎ নদী বান্ধ বন্ধ হ’ব লাগে(Sonari News)।

নদীবান্ধ বন্ধ কৰিব লাগিব, স্থিতিত অটল পলাশ চাংমাই।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘যোৰহাট মোৰ ঘৰ, মই আজি ঘৰলৈ আহিছোঁ’