Local, Vocal, Global

WATCH | Sonari News : ‘গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৰাইজে ‘

সোণাৰি,২৭মে’ : ‘গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৰাইজে’। সেয়েহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে।’ মন্তব্য চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ(Sonari News)।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘোষণা হোৱাৰ পাছত আজি গৌৰৱ গগৈলৈ শুভেচ্ছা বাৰ্তা চৰাইদেউ জিলা কংগ্ৰেছৰ। উৎফুল্লিত কংগ্ৰেছী।

লগতে পঢ়ক : WATCH | Bongaigaon News : পঞ্চায়ত নিৰ্বাচনৰ পিছত পোহৰলৈ আহিছে এগৰাকী পঞ্চায়ত সদস্যাৰ জালিয়াতিৰ তথ্য