Sonari News: সোণাৰিত গাঁও প্ৰধান নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
সোণাৰি,১৬জানুৱাৰী : চৰাইদেউ জিলাত গাঁও প্ৰধান নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ।
উল্লেখযোগ্য যে জিলাখনত অন্তৰ্গত শিঙৰিতলী বঙালী গাঁওৰ গাঁও প্ৰধান নিযুক্তিত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মূলত গাঁওখনৰ বাহিৰৰ এগৰাকী মহিলাক গাঁও প্ৰধান হিচাপে নিযুক্তি দিয়াত স্থানীয় গঞা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে(Sonari News)।
লগতে পঢ়ক :Barpeta News: ৯২ সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱ আৰম্ভ