Local, Vocal, Global

Sonari News :বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বনভোজকাৰী দলৰ ভিৰ

সোণাৰি,১জানুৱাৰী : আজি পহিলা জানুৱাৰী। বছৰৰ প্ৰথমটোত দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীৰ লগতে মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ(Sonari News)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত নৱবৰ্ষ উপলক্ষে সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আৰু বনভোজকাৰী দলে আহি উপভোগ কৰিছে আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ জীৱন্ত সাক্ষী মৈদাম স্থলীৰ নৈসৰ্গিক পৰিৱেশ।

লগতে পঢ়ক :Sensational incident:বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি আহত ছাত্ৰ