Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত পৌৰসভাৰ নলা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

সোণাৰি,২৫মাৰ্চ : সোণাৰিত পৌৰসভাৰ নলা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন।

সোণাৰিত খহি পৰিল পৌৰসভাৰ নিৰ্মীয়মান নলা।

সোণাৰি পৌৰসভাৰ ৫ নং ৱাৰ্ড আৱৰ্তভৱন সংযোগী পথটোৰ কাষত চলি আছে নলা নিৰ্মাণৰ কাম।

যোৱা নিশা খহি পৰিল নলাটোৰ এটা পাৰ(Sonari News)।

ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত বিজেপিৰ প্ৰতিবাদ