Local, Vocal, Global

WATCH | Sonari News: সোণাৰি বৰ নাগমঘৰৰ মণিকূটৰ লাইখোঁটা স্থাপন

সোণাৰি,২৭ফেব্ৰুৱাৰী : সোণাৰি বৰ নাগমঘৰৰ মণিকূটৰ লাইখোঁটা স্থাপন।

চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত সোণাৰি বৰ নামঘৰৰ মণিকূটৰ আজি আনুষ্ঠানিক ভাৱে লাইখোঁটা স্থাপন কৰা হয়(Sonari News)।

নামঘৰীয়া ৰাজীৱ মহন্তই শুভাৰম্ভ কৰাৰ পিছতে নামঘৰৰ জ্যেষ্ঠ সদস্য আৰু আই মাতৃ সকলে এই শুভ কাৰ্য সম্পন্ন কৰে।

লগতে পঢ়ক :WATCH | Thousands of fish were killed by poisoning in the pond : পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে লক্ষাধিক টকাৰ মাছ