Sonari News: ৯ জানুৱাৰীৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগনত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ
সোণাৰি,৭জানুৱাৰী : অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগনত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱৰ বাবে চলিছে ব্যপক প্ৰস্তুতি(Sonari News)।
লগতে পঢ়ক :Mushalpur News : মুছলপুৰত আক্ৰাছুৰ ২৪ তম শ্বহীদ দিৱস পালন