Local, Vocal, Global

Gunotsav : বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

সোণাৰি,২০জানুৱাৰী: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন । গুণোৎসৱৰ বাবে সজাই পৰাই তোলা হৈছে বিদ্যালয় সমূহ।

বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ । বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণ উৎসৱত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ(Gunotsav)।

বৰহাট অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত উচ শিক্ষা প্ৰতিষ্ঠান বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৩৬ চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয় খনত অসম চৰকাৰৰ অভিলাষী কাৰ্যসূচী গুণ উৎসৱৰ উপলক্ষে আজি উপস্থিত হয় সোণাৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ(Sonari MLA Dharmeswar Konwar Present at Gunotsav of Borhat HS School)।

বিদ্যালয়ত উপস্থিত হৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিদ্যালয়ৰ অধ্যক্ষ জিতুমণি ভুঞা লগত ঐতিহ্য পণ্ডিত বিদ্যালয় খনৰ শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰে। লগতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতত বিদ্যালয় খনৰ প্ৰত্যুষ নামৰ প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে।

লগতে পঢ়ক :Bir Lachit Sena leader arrested :ৰাজপথত বীৰত্ব প্ৰদৰ্শন বীৰ লাচিত সেনাৰ;অৱশেষত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ নেতা