Local, Vocal, Global

WATCH | Sonapur News : সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি

সোণাপুৰ,৪মাৰ্চ : সোণাপুৰত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন ।

NHM ৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী সকলক স্থায়ী পদত নিযুক্তি প্ৰদান , কৰ্মচাৰীসকলক পেঞ্চনৰ ব্যৱস্থা কৰা আদি বিভিন্ন প্ৰতিবাদত ৪ মাৰ্চৰ পৰা ৬ মাৰ্চ লৈ তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰে(Sonapur News)।

লগতে পঢ়ক :WATCH | Sonari News:আজি ৰাজ্যজুৰি NHM কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। চাকৰি নিয়মীয়াকৰণ, সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ