Local, Vocal, Global

WATCH | Sonapur News: সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত আয়োজন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

সোণাপুৰ,২মাৰ্চ : সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।

বিশেষকৈ মহিলা সকলৰ বাবে উপলব্ধ স্তন আৰু গৰ্ভাশয় কেঞ্চাৰৰ স্ক্ৰীনিংৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়(Sonapur News)।

লগতে পঢ়ক : WATCH | Dhemaji News: ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলী অসম ধেমাজি অভিৱৰ্তন লাইখুঁটা স্থাপন