WATCH | Sonapur News : সোণাপুৰৰ কচুতলিত সোণাপুৰ চক্ৰ বিষয়া, সোণাপুৰ বন বিভাগ,আৰু সোণাপুৰ আৰক্ষীৰ যুটীয়া অভিযান

সোণাপুৰ,২২জুন : সোণাপুৰৰ কচুতলিত সোণাপুৰ চক্ৰ বিষয়া, সোণাপুৰ বন বিভাগ,আৰু সোণাপুৰ আৰক্ষীৰ যুটীয়া অভিযান ।
দীৰ্ঘদিন ধৰি সোণাপুৰ কচুতলিত চলি থকা অবৈধ বালি খননক লৈ এই অভিযান(Sonapur News)।
উক্ত অভিযানত ২খন কৈ বালি তোলা নাও জব্দ কৰে।
লগতে পঢ়ক : WATCH | Cachar News : কাছাৰত নিশা চুৰিকাণ্ড