Local, Vocal, Global

WATCH | Sonapur News : ডিমৰীয়া জিলা জনজাতি সংঘৰ ২১ জনীয়া পূৰ্ণাংগ জিলা সমিতি

সোণাপুৰ,২২জুন : আজি সোণাপুৰত গঠন হ’ল ডিমৰীয়া জিলা জনজাতি সংঘৰ ২১ জনীয়া পূৰ্ণাংগ জিলা সমিতি।

সভাপতি হিচাপে বিদ্যাধৰ দৈমাৰী আৰু মুখ্য সম্পাদক হিচাপে দ্বায়িত্ব নগেন বাংঠাইকে প্ৰমুখ্যে কৰি ২১জনীয়া এখন পূৰ্ণাংগ আৰু শক্তিশালী সমিতি গঠন কৰা হয়(Sonapur News)।

লগতে পঢ়ক: WATCH | Joining Program of BJP : মুছলপুৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী