Local, Vocal, Global

WATCH | Sonapur News :পুনৰ খিলঞ্জীয়া যুৱকক আক্ৰমণ বহিৰাগত ব্যক্তিৰ

সোণাপুৰ,১৭জুন : পুনৰ খিলঞ্জীয়া যুৱকক আক্ৰমণ বহিৰাগত ব্যক্তিৰ ।

সোণাপুৰ থানাৰ অন্তৰ্গত সৰুতাৰী গাঁৱত অৱস্থিত জি. এম. ক’ক উদ্যোগত যোৱা ৭ জুন তাৰিখে উদ্যোগটোৰ বহিৰাগত ব্যক্তিৰ আক্ৰমণৰ বলি হৈছিল ১৩ জন কৈ খিলঞ্জীয়া যুৱক(Sonapur News)।

আক্ৰমণত মৃত্যু হয় দেৱৰাম ৰংহাং নামৰ যুৱকজনৰ । আক্ৰমণৰ বলি হোৱা ভুক্তভোগী যুৱকৰ দেহত আঘাতৰ চিন।

আক্ৰমণ কাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন আহ্বান জনায় অধিবক্তা ৰাজু দেউৰীৰ।

লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাকিস্তানী সমৰ্থক