Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰৰ কচুতলীত মাটিৰ দালালক আটক

সোণাপুৰ,৫জুন : সোণাপুৰৰ কচুতলীত মাটিৰ দালালক আটক

৫জনকৈ মাটিৰ দালালক আটক আৰক্ষীৰ

ধৃত গিয়াছ আলী, ইমান আলী, হাছান আলী,আক্কেছ আলী, ফৰিদ উদ্দিন চৌধুৰী(Sonapur News)

ধনৰ বিনিময়ত কচুতলীত অজনজাতীয় লোকক মাটি দখলৰ দিছিল সুবিধা

সোণাপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক ৫ দালালক

লগতে পঢ়ক : WATCH | World Environment Day : বিলাসীপাৰাত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন