Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰত বৰ্ণিহাট আঞ্চলিক ট্ৰাইবেল সংঘৰ স্থায়ী কাৰ্যালয়

সোণাপুৰ,৩জুন : সোণাপুৰৰ ১৪ মাইলত মুকলি বৰ্ণিহাট আঞ্চলিক ট্ৰাইবেল সংঘৰ স্থায়ী কাৰ্যালয়।

এই কাৰ্যালয় মুকলি অনুষ্ঠানত আজি প্ৰথমে পতাকা উত্তোলন আৰু ইয়াৰ পাছতেই আনুষ্ঠানিকভাৱে স্থায়ী কাৰ্যালয়টি মুকলি কৰা হয়(Sonapur News)।

এই অনুষ্ঠানত সংঘৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে অঞ্চলটোৰ লোক।

লগতে পঢ়ক : WATCH | Drugs seized : শোণিতপুৰত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক সৰবৰাহকাৰী