WATCH | Sonapur News : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমৰীয়াটো গৰম হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ
সোণাপুৰ,২৯এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমৰীয়াটো গৰম হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ ৷
প্ৰাৰ্থীক লগত লৈ এফালে সভা সমিতি আনফালে ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক নিজৰ মনোনীত প্ৰাৰ্থীক ভোট দি জয়ী কৰাবলৈ অনুৰোধ সমৰ্থকৰ ৷
স্বচ্ছ, নিকা, দুৰ্নীতিমুক্ত, কাম কৰাৰ প্ৰতিশ্ৰুতিৰে ব্যাপক কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ(Sonapur News)৷
শাসক বিৰোধীৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে অধিক শক্তি শালি কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ ।
এই ক্ষেএত পিছপৰি ৰোৱা নাই ১৯ নং ধুপগুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্যা নিৰ্দলীয় পদৰ প্ৰাৰ্থী মাকনী ভূঞা ।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও ফুকন নগৰত অঘটন