Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিহু

সোণাপুৰ,১৫এপ্ৰিল : সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিহু অনুষ্ঠিত কৰে। পুৱাৰ ভাগত পতাকা উত্তোলন,স্মৃতি তৰ্পণ, বৃক্ষ ৰূপন লগতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই(Sonapur News)।

লগতে পঢ়ক : WATCH | Waqf Act : শান্ত হোৱা নাই পশ্চিমবংগ