WATCH | Sonapur News : সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতিৰ প্ৰতিক্ৰিয়া
সোণাপুৰ,৩০মাৰ্চ : কাৰ্বি ৰাইজৰ প্ৰতিবাদৰ পিছতে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতিৰ প্ৰতিক্ৰিয়া । তেওঁ এক সংবাদ মেল যোগে জনায় যে এইয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ । মোক লৈ কিছুমানে ৰাজনীতি কৰিছে । মই কাৰ্বি ৰাইজৰ লগত আছোঁ আৰু থাকিম(Sonapur News)।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰঙালী বিহুলৈ কেইটামান দিন বাকী থকা সময়ত ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ