WATCH | Sonapur News : কাহিলিপাৰাত থকা 10APBN শিবিৰ সোণাপুৰৰ কঁচুতলিতলৈ স্থানন্তৰ কৰা সিদ্ধান্তক লৈ অসন্তুষ্টি দল সংগঠনৰ
সোণাপুৰ,১৯ মাৰ্চ : কাহিলিপাৰাত থকা 10APBN শিবিৰ সোণাপুৰৰ কঁচুতলিতলৈ স্থানন্তৰ কৰা সিদ্ধান্তক লৈ অসন্তুষ্টি দল সংগঠনৰ । চৰকাৰী সিদ্ধান্তক অসন্তুষ্টি প্ৰকাশ কৰে ডিমৰীয়াৰ কেইবাটাও দল সংগঠনে ।
ডিমৰীয়াৰ খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষণ কৰক, আমাক 10 APBN নালাগে।
এই উদ্দেশ্যে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘত ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে এক সংবাদ মেল সম্বোধন কৰে ।