WATCH | Sonapur News : সোণাপুৰৰ কচুতলিত স্থাপন হ’ব দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়

সোণাপুৰ,১৬মাৰ্চ : সোণাপুৰৰ কচুতলিত স্থাপন হ’ব দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তত উৎফুল্লিত সোণাপুৰৰ ৰাইজ(Sonapur News)।
ফটকা ফুটাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ধন্যবাদ ৰাইজৰ।
লগতে পঢ়ক : WATCH | Voter Card : ভোটাৰ কাৰ্ডকলৈ ডাঙৰ খবৰ