Local, Vocal, Global

WATCH | Sonapur News : সোণাপুৰৰ মিটনিৰ শ্ৰী শ্ৰী জগন্নাথ ধামত দৌল উৎসৱ

সোণাপুৰ,১৫মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাপুৰৰ মিটনিৰ শ্ৰী শ্ৰী জগন্নাথ ধামটো দৌল উৎসৱ ।

আন আন বছৰৰ দৰে আইবেলিও পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী কৃষ্ণৰ দৌল উৎসৱ(Sonapur News)।

লগতে পঢ়ক: WATCH | Dergaon News : দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা