WATCH | Smart meter : ৰাজ্যত পুনৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ
নিউজ ডেস্ক,২০মাৰ্চ : ৰাজ্যত পুনৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ
চৰকাৰে এহাতে ১২৫০ টকা দিছে অৰুনোদয়ৰ নামত(Smart meter)
আনহাতে ৫০০০ টকা স্মাৰ্ট মিটাৰ বিল দিব লগা হৈছে
২৫০ টকা বৃদ্ধ পেঞ্চন দিব, ২০০০ টকাৰ স্মাৰ্ট মিটাৰৰ বিল
৫ কেজি চাউল দিব, ৩০০০ টকাৰ স্মাৰ্ট মিটাৰৰ বিল
এনেকুৱা স্মাৰ্ট মিটাৰ আমাক নালাগে
চৰকাৰক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুত শইকীয়াৰ
লগতে পঢ়ক: WATCH | Ration Card Benefits : ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ