WATCH | Smart Meter : ৰাজ্যবাসীয়ে সকাহ পাব স্মার্ট মিটাৰৰ পৰা
নিউজ ডেস্ক,১৬মাৰ্চ : ৰাজ্যবাসীলৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ।
হাজাৰ হাজাৰ লোকে বিনামূলীয়াকৈ লাভ কৰিব বিজুলী।
ৰাজ্যবাসীয়ে সকাহ পাব স্মার্ট মিটাৰৰ পৰা(Smart Meter)।
অসমত ৫০ হাজাৰ লোকে লাভ কৰিব বিনামূলীয়া বিজুলী।
বিদ্যুতৰ নামত দিব নালাগে এটকাও বিল।
‘প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ আঁচনি’ৰ জৰিয়তে এই সুবিধা প্রদান কৰিব চৰকাৰে।
প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ ৫০হাজাৰ কৰ্মচাৰীক দিয়া হ’ব এই সুবিধা।
এইসকল কৰ্মচাৰীক বিনামূলীয়াকৈ সৌৰশক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : “মই ভাবিছিলো তেওঁ বৰপেটা আৰু বটদ্ৰৱা সত্ৰলৈ যাব বুলি”