WATCH | Sivsagar Protest : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ
শিৱসাগৰ,১৮জুন : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ।
ONGC কেন্দ্ৰীয় কাৰখানাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ।
ONGC গেছ নিৰ্গমন ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ১ কোটি ক্ষতিপূৰণৰ দাবী(Sivsagar Protest)।
ভুক্তভোগী প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ কৰাৰ দাবী।
SKP প্ৰাইভেট লিমিটেড নামত প্ৰতিষ্ঠানক ব্লেক লিষ্টটেড কৰাৰ দাবী |
তিনিদিনৰ ভিতৰত যদি SKP প্ৰাইভেট লিমিটেড ভুক্তভোগীক ক্ষতিপূৰণ নিদিয়ে। তেন্তে অনাগত দিনত জংগী প্ৰতিবাদৰ হুংকাৰ।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ”বিজেপি দলৰ পৰা আমি হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই”