WATCH | Sivsagar News : সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰত ই মিডিয়া সন্থাৰ প্ৰতিবাদ

শিৱসাগৰ,২৬মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰত ই মিডিয়া সন্থাৰ প্ৰতিবাদ ।
জেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ ওপৰত অসম আৰক্ষী চলোৱা নিৰ্যাতনৰ বিৰোধে আজি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ ই মিডিয়া সন্থাই ।
ই মিডিয়া কাৰ্য্যালয়ত সন্মুখত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে(Sivsagar News)।
লগতে পঢ়ক : WATCH | World Oral Health Day 2025 : বৰ্তমান অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী