WATCH | Sivsagar News : আজি টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰত প্ৰতিবাদ
শিৱসাগৰ,১৮মাৰ্চ : জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ প্ৰদানৰ দাবীত আজি টাই আহোম যুৱ পৰিষদে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হয়।
শিৱসাগৰ মুক্তিনাথ চালিআলিৰ বাহিৰ কৰা প্ৰতিবাদকাৰীক বাদ কৰে আৰক্ষীয়ে(Sivsagar News)।
লগতে পঢ়ক : WATCH | Water pipe explosion : ডিব্ৰুগড়ত ভয়ংকৰ জলবিস্ফোৰণ